08/09/2026
কিংবদন্তিৰ ১০০ তম জন্ম জয়ন্তী 🙏✨
অসমক বিশ্বৰ বুকুত চিনাকি কৰোৱা কণ্ঠ, আমাৰ সংস্কৃতিৰ প্ৰাণ, আমাৰ গৌৰৱ — ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা দা ❤️
আপোনাৰ গান, আপোনাৰ কথা, আপোনাৰ সৃষ্টি সদায় আমাৰ হৃদয়ত জীয়াই থাকিব। আপুনি অমৰ। 🌊🎶
শতকোটি প্ৰণাম 🙏
AxomiyaGaurav AssamPride ILoveBasugaon Basugaon Axom
Remembering the Legend on his 100th Birth Anniversary 🙏✨
The voice that connected Assam to the world, the soul of our culture, our pride — Bharat Ratna Dr. Bhupen Hazarika Da ❤️
Your songs, your words, your legacy will live forever in our hearts. You are immortal. 🌊🎶
BhupenHazarika 100thBirthAnniversary BharatRatna DrBhupenHazarika Legend AssamPride Bihu AssameseCulture Sudhakantha ILoveBasugaon Basugaon Assam ForeverLegend