Book Hive, Bokajan

Book Hive, Bokajan Text books,Reference books,Guides ,Books on various subjects ,office stationery ,Paper etc available at Book Hive

Wishing Happy Bihu to all the well wishers....
13/04/2022

Wishing Happy Bihu to all the well wishers....

14/11/2020
Available at Book Hive,Bokajan
18/06/2020

Available at Book Hive,Bokajan

30/04/2020

প্ৰতিযোগীৰ নং:746

নাম:- Urja Singh

শাখা:- খ

ঠিকনা:- Bokajan

নমস্কাৰ ,
সমূহ অসমবাসী ৰাইজক Portrait Line ৰ তৰফৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Portrait Line অসমৰ এটা আগশাৰীৰ online portrait/Landscape Making website, আমি ভাৰতৰ যিকোনো ঠাইলৈ portrait অথবা drawing অৰ্ডাৰ অনুযায়ী পঠিয়াও। আপুনিও আপোনাৰ প্ৰিয়জনক portrait উপহাৰ হিচাপে দিব বিচাৰিলে portraitline.in গৈ অৰ্ডাৰ কৰিব পাৰে । আপোনালোকক জনাবলৈ পাই আমি সুখী যে বিশ্বৰ এই মহামাৰীৰ সময়তো অসমীয়াৰ হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে portraitline য়ে ৰং তুলিকা ৰে আৰম্ভণি কৰিব ওলাইছে, এখনি অনলাইন চিত্ৰাংকণ প্ৰতিযোগিতাৰ । আহক আমি সকলো এই যাত্ৰাৰ একো একোজন অংশীদাৰ হও আৰু চৰকাৰৰ ল'কডাউন ৰ নিৰ্দেশনা মানি হেঁপাহৰ ৰঙালী বিহুটিৰ আনন্দ ছবিৰ মাধ্যমৰে হলেও লও।

আমাৰ Facebook পেজ portrailine ৰ জৰিয়তে অনুষ্ঠিত কৰা প্ৰতিযোগিতা খনিত প্ৰতিযোগীয়ে অঁকা ছবিবোৰ আমাৰ পেজত inbox অথবা আমাৰ Email ID, WhatsApp নম্বৰৰ জৰিয়তে পঠিয়াব পাৰিব ।
WhatsApp নম্বৰ- 9365454918
8011748506
E-mail ID- [email protected]
*সকলোৰে সুবিধা অনুযায়ী উক্ত প্ৰতিযোগিতা খনি ৩ টা শাখাত ভাগ‌ কৰা হৈছে ।
শাখা - (ক) অংকুৰ‌ৰ পৰা‌ পঞ্চম শ্ৰেণীলৈ
শাখা - (খ) ষষ্ঠ ৰ পৰা দশম শ্ৰেনীলৈ
শাখা - (গ) একাদশ ৰ পৰা উৰ্দ্ধত
*প্ৰতিটো শাখাৰ বিষয় সমূহ হল*
শাখা -(ক) তোমাৰ যি কোনো প্রিয় ছবি
শাখা - (খ) হেপাহৰ ৰঙালী বিহু অথবা গাঁৱৰ চহা জীৱন
শাখা- (গ) শৈশৱৰ লৰা-ধেমালি অথবা ৰঙালীৰ উপৰত সাম্প্ৰতিক সময়ৰ মহামাৰীৰ প্ৰভাৱ।
# নিয়মাৱলী ---

•• প্ৰতিযোগীসকলে অঁকা চিত্ৰ সমূহৰ লগত তেওঁলোকৰ নাম,শাখা আৰু ঠিকনা সম্পূৰ্ণৰূপে আমাক পঠিয়াব লাগিব |
•• LIKE, COMMENT আৰু SHARE ৰ ওপৰত ভিত্তি কৰি লগতে বিচাৰক ৰ বিচাৰ অনুসৰী প্ৰত্যেকটো শাখাৰ পৰা পাঁচ জনকৈ বিজয়ী বাচনী কৰা হ'ব।
•• প্ৰতিযোগীসকলৰ Like, Comment আৰু Share ৰ ওপৰত ভিত্তি কৰা নম্বৰসমূহ এনেধৰণৰ হ'ব --
1 LIKE = 2 Point
1 COMMENT= 3 Points
1 SHARE = 5 Points

•• এজন ব্যক্তিৰ এটা Comment আৰু এবাৰৰ Share হে গ্ৰহণযোগ্য হ'ব |
•• প্ৰতিযোগিতাখনত ছবি প্ৰেৰণৰ অন্তিম তাৰিখ 30 এপ্ৰিল, 2020।
•• প্ৰতিযোগিতাৰ ফলাফল ৫ মে ত ঘোষণা কৰা হ'ব
•• ফলাফল আমাৰ Facebook পেজৰ লগতে আমাৰ YouTube চেনেল আৰু Instagram ত উপলব্ধ হ'ব, সেয়েহে আমি সকলোকে আমাৰ পেজটি like/follow কৰিবলৈ অনুৰোধ জনালোঁ।
•• প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলোৱে participation certificate (e-certificate) লাভ কৰিব । বিজয়ী প্ৰতিযোগীৰ ছবি তিনিমাহৰ বাবে আমাৰ website ত দিয়া হব ,যাতে কোনোৱে ইচ্ছা কৰিলে ছবিখন বিক্ৰী কৰিব পাৰে। লগতে থাকিব আকৰ্ষনীয় উপহাৰ, উপহাৰটি বিজয়ী প্ৰতিযোগীৰ ঠিকনালৈ পঠাই দিয়া হব।
#ধন্যবাদ
•• বিঃদ্ৰঃ : সদ‍্যহতে প্ৰয়োজনীয় তথ‍্যৰে সৈতে আমালৈ পঠোৱা সকলোবোৰ চিত্ৰকৰ্ম আমি প্ৰতিযোগীৰ নামেৰে সৈতে পেজত আপলোড কৰিম । প্ৰতিটো শাখাৰ বাবে নিৰ্দিষ্টকৈ ধৰি দিয়া বিষয়ৰ বাহিৰৰ ছবিসমূহ তথা আনে অঁকা ছবি প্ৰতিযোগিতাৰ বাবে অযোগ‍্য বিবেচিত কৰা হব।

29/04/2020

প্ৰতিযোগী(ল'ৰা)
নাম- শ্ৰী কবিৰ সিং
বয়স- ৩বছৰ
ঠিকনা- হোজাই
নমস্কাৰ,
সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ । অসমীয়া নৱবৰ্ষৰ উপলক্ষে আমাৰ "জোনবাই ফেচবুক পৃষ্ঠাৰ উদ্যোগত" সদৌ অসম ভিত্তিত কেৱল শিশুসকলৰ মাজত এখনি ফটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
গতিকে আপোনাৰ বা আপোনাৰ আত্মীয়ৰ শিশুটিৰ জাতীয় সাজ-পাৰ পৰিধান কৰা এখন ফটো আমালৈ প্ৰেৰণ কৰক ।
What's App Number :
📱8638484257
📱7002069429
📱9864197989
📱7635859996
🖤প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ হল:-
❤ প্ৰতিযোগী গৰাকীৰ বয়স ১৪ বছৰতকৈ বেছি হ'ব নোৱাৰিব।
❤প্ৰতিযোগীৰ অভিভাৱকসকলে "জোনবাই" পেজটো লাইক মৰাটো জৰুৰী।
❤ ফটোখনৰ Like , comment আৰু share ভিত্তিত নম্বৰ প্ৰদান কৰা হব
👉১টা লাইক =১০ নম্বৰ
👉১টা কমেন্ত =৩০ নম্বৰ
👉 ১টা শ্বেয়াৰ =৬০ নম্বৰ
❤এখন ফটো এজন ব্যক্তিয়ে এবাৰহে শ্বেয়াৰ কৰিব পাৰিব।
❤মাৰ্জিত সাজ পোছাক নহ'লে ফটোখন গ্ৰহন কৰা নহ'ব।
❤ছেল্ফী গ্ৰহণ কৰা নহ'ব ,ফটোৰ মানদণ্ড উন্নত হ'ব লাগিব।
❤চলিত বৰ্ষৰ ৩০ এপ্ৰিলৰ নিশা ১২ বজাত ফলাফল ঘোষনা কৰা হ'ব।
❤বিজয়ী প্ৰতিযোগীক এই বৰ্ষৰ শ্ৰেষ্ঠ ফটো হিছাপে আমাৰ পেজৰ যোগেদি প্ৰচাৰ কৰিম।।
❤ফটো জমা দিয়াৰ অন্তিম তাৰিখ ২৯/০৪/২০২০
❤ ল'ৰা-ছোৱালী পৃথক পৃথক ভাবে প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।
❤ফটো খনৰ লগত আপোনাৰ শিশুটিৰ নাম আৰু ঠিকনা লিখি দি পঠিয়াব।

ধন্যবাদেৰে
এডমিন
জোনবাই ফেচবুক পৃষ্ঠা
"জয় আই অসম"

Happy Rongali Bihu to all it's Valued Customers and well wishers.Celebrate the Bihu from Home.Stay at Home during lock d...
16/04/2020

Happy Rongali Bihu to all it's Valued Customers and well wishers.Celebrate the Bihu from Home.Stay at Home during lock down... against Covid 19

Book Hive, Bokajan wishes Happy Chhath Puja
01/11/2019

Book Hive, Bokajan wishes Happy Chhath Puja

Book Hive wishes Happy Durga Puja to all its valued customers and well wishers....
06/10/2019

Book Hive wishes Happy Durga Puja to all its valued customers and well wishers....

11/09/2019

TET Books both English and Assamese Medium available at Book Book Hive, BokajanBook Hive, Bokajan Bokajan

Available ...now
08/09/2019

Available ...now

Address

Near Bokajan Police Station, Bokajan, Karbianglong
Bokajan
782480

Opening Hours

Monday 8am - 8pm
Tuesday 8am - 8pm
Wednesday 8am - 8pm
Thursday 8am - 8pm
Friday 8am - 8pm
Saturday 8am - 8pm
Sunday 8am - 8pm

Telephone

9957114652

Website

Alerts

Be the first to know and let us send you an email when Book Hive, Bokajan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category