Bokakhat Mart

Bokakhat Mart Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Bokakhat Mart, Shopping & retail, Diffloo Road Bokakhat, Bokakhat.

" Bokakhat Mart"https://store.shoopy.in/bokakhatmart The first online supermarket in Bokakhat where you can get all dail...
29/06/2022

" Bokakhat Mart"
https://store.shoopy.in/bokakhatmart
The first online supermarket in Bokakhat where you can get all daily need essential items for a household together.
The items available at Bokakhat Mart are as follows:-
1) Groceries
2) Vegetables
3. Meat, fish, eggs and paneer
4) Fresh Fruits
5) Home care products
6) personal care products
7. Baby care products
8. Biscuits, soft drinks, Chocolates etc
=> These items you can get at home very easily just click on the link https://store.shoopy.in/bokakhatmart on your mobile and visit our website to select the items you need and order the same day in a short time Get home delivery. Product prices can also be paid by cash or other online payment when delivering our items.
=> Buyers will get free delivery on purchases above Rs.799
=> No purchase of items less than Rs.99
=> If you purchase items from Rs. 99 to Rs. 799, you will have to pay a delivery fee of Rs.30
=> We are committed to providing you with the highest quality services at low prices and available at home.

=> Bokakhat Mart is always in need of your blessings, suggestions, help to move forward.
thank you . .

For more information, please contact 9085897443 //6001409053

Buy from your own store Bokakhat Mart (বোকাখাত মাৰ্ট )

" বোকাখাত মাৰ্ট "বোকাখাতৰ প্ৰথমটো অনলাইন চুপাৰ মাৰ্ট য'ত আপুনি লাভ কৰিব এখন ঘৰৰ বাবে নিত্যপ্ৰয়োজনীয় সকলো সামগ্রী একেলগ...
25/06/2022

" বোকাখাত মাৰ্ট "
বোকাখাতৰ প্ৰথমটো অনলাইন চুপাৰ মাৰ্ট য'ত আপুনি লাভ কৰিব এখন ঘৰৰ বাবে নিত্যপ্ৰয়োজনীয় সকলো সামগ্রী একেলগে ।
বোকাখাত মাৰ্টত লাভ কৰিবলগীয়া সামগ্রী সমূহ হল এনেধৰণৰ :-
১) গ্ৰোচাৰী/ গেলামাল ( Grocery)
২) শাক- পাচলি ( Vegetables)
৩) মাংস, মাছ, কণী আৰু পনিৰ (Meats, Fish, Egg & Paneer )
৪) ফল- মূল ( Fruits)
৫) ঘৰুৱা সামগ্রী ( Home Care )
৬) নিজৰ প্ৰয়োজনীয় সামগ্রী ( Personal Care)
৭) লৰা- ছোৱালীৰ প্ৰয়োজনীয় সামগ্রী ( Baby Care)
৮) বিস্কুট, শীতল পানীয় ইত্যাদি ( Biscuits, Cool drink etc)
‌=> এই সামগ্রী সমুহ আপুনি/ আপোনালোকে ঘৰতে থাকি লাভ কৰিব পাৰিব অতি সহজতে মাত্ৰ আপোনাৰ হাতত থকা মবাইলত https://store.shoopy.in/bokakhatmart লিংকত ক্লিক কৰক আৰু আমাৰ ৱেবচাইটত গৈ আপোনাৰ প্ৰয়োজনীয় সামগ্রী বাচি লওঁক আৰু অৰ্ডাৰ কৰক একেদিনাই কম সময়ৰ ভিতৰতে ঘৰতে ডেলিভাৰি লাভ কৰিব । সামগ্রী মূল্য আমাৰ বস্তু দিবলৈ যাওঁতে নগদ বা অন্য অনলাইন পেমেন্ট ৰ জৰিয়তে ও দিব পাৰিব ।
=> ৭৯৯ টকাতকৈ অধিক মূল্যৰ বজাৰ কৰিলে ক্ৰেতাসকলে বিনামূলীয়া ডেলিভাৰী লাভ কৰিব ।
=> ৯৯ তকৈ কম টকাৰ সামগ্রী ক্ৰয় কৰিব নোৱাৰিব ।
=> ৯৯ টকাৰ পৰা ৭৯৯ টকাৰ বস্তু ক্ৰয় কৰিলে আপোনালোকে ভৰিব লাগিব ৩০ টকাৰ ডেলিভাৰী মূল্য ।
=> আমি আপোনালোকক উকিষ্ট মানদণ্ড ৰ কম মূল্যত আৰু ঘৰতে লাভ কৰিবলৈ সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

=> বোকাখাত মাৰ্ট আগুৱাই যাবলৈ আপোনালোকৰ আশীৰ্বাদ, দিহা-পৰামৰ্শ, সহায় - সহযোগিতা আমাৰ বাবে সদায় প্ৰয়োজনীয় ।
ধন্যবাদ । ।

অধিক জানিবলৈ যোগাযোগ কৰিব তলত দিয়া নম্বৰত
9085897443 , 6001409053

Buy from your own store Bokakhat Mart (বোকাখাত মাৰ্ট )

Address

Diffloo Road Bokakhat
Bokakhat
785612

Alerts

Be the first to know and let us send you an email when Bokakhat Mart posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share