With Love Amour

With Love Amour �Assam Tea�Vegan Scented Candles �Handmade Cosmetics �Handmade skincare products
�Delivered Pan India �
Inbox to order

Barbie Drink for summer  Hibiscus Tea x Rose TeaRecipeAdd hibiscus & rose tea to a glass of luke warm water.Add ice cube...
19/07/2023

Barbie Drink for summer
Hibiscus Tea x Rose Tea

Recipe
Add
hibiscus & rose tea to a glass of luke warm water.
Add ice cubes in a separate glass.
Add the red drink- Hibiscus & rose to the new glass.
Add 🍯 Honey & Lemon Juice.
Voila! Your Barbie drink is ready.

PC: This is just an inspiration post. Doesn't claim to any direct connection or brand collaboration with Barbie Movie or Barbie Doll.

Type Interested for webinar link
16/07/2023

Type Interested for webinar link

With Love Amour                    presents      Bihu Dress photo  Contest 💐💐💐বিহুৰ সাজপাৰ প্ৰতিযোগিতা ( Girls & boys on...
12/04/2023

With Love Amour
presents
Bihu Dress photo Contest 💐💐💐

বিহুৰ সাজপাৰ প্ৰতিযোগিতা ( Girls & boys only)

বিষয়: বিহু
গ্ৰুপ:
কিডছ- 7 বছৰ লৈ
জুনিয়ৰ- 18 বছৰ লৈ
চিনিয়ৰ - বয়সৰ কোনো নিৰ্দিষ্ট সীমা নাই।

পুৰস্কাৰ
কিডছ- 2 জন 🏆🏆
জুনিয়ৰ-2 জন 🏆🏆
চিনিয়ৰ- 2 জন 🏆🏆

নিৰ্দেশনা:
1. তলত দিয়া লিংকৰ যোগেদি ফটো জমা দিব। যি সকলে গ্ৰুপ যইন কৰিলে তেওঁলোকে এই গ্ৰুপ ত শ্বেয়াৰ কৰিব। সময়সীমা 11:30 pm, 17 এপ্ৰিল
Upload link

https://chat.whatsapp.com/IxLGSWMuubB1xfPUMa3IDE

2. শ্বেয়াৰ কৰা সময়ত প্ৰতিযোগীৰ নাম, বয়স, গ্ৰুপ উল্লেখ কৰি দিব।

3. অসমীয়া জাতীয় পোছাক, জাতি জনজাতিৰ পোছাক পৰিধান কৰি পূৰ্ণদৈৰ্ঘৰ ফটো দিব।

4. বস্ত্ৰৰ, অলংকাৰ ৰ নাম উল্লেখ কৰি দিব।
যেনে: মেখেলা, চাদৰ, ব্লাউজ, জোনবিৰি।

5. প্ৰতিযোগী সকলে আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজ লাইক আৰু ফ'ল'ৱ কৰিব।
পেজ ৰ লিংক সমূহ তলত দিয়া হল

https://instagram.com/withloveamour?igshid=YmMyMTA2M2Y=

https://www.facebook.com/withloveamour

6. গ্ৰুপত আপলোড কৰাৰ লগতে তেওঁলোকৰ ব্যতিগত অথবা অভিভাৱকৰ ফেচবুক আৰু ইনষ্টাগ্ৰম একাউণ্ট অত আপলোড কৰি, আমাক টেগ কৰিব ।

hashtags

With Love Amour dance challenge
নাম, বয়স, গ্ৰুপ উল্লেখ কৰি দিব।

7. বিচাৰকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত।

8. ভৰ্তি মাছুল @50 টকা

With Love Amour                    presents      Online Bihu Dance  Challenge 💐💐💐বিহু নৃত্য প্ৰতিযোগিতা ( Girls only) বি...
12/04/2023

With Love Amour
presents
Online Bihu Dance Challenge 💐💐💐

বিহু নৃত্য প্ৰতিযোগিতা ( Girls only)

বিষয়: বিহু
গ্ৰুপ:
কিডছ- ৭ বছৰ লৈ
জুনিয়ৰ- 12 বছৰ লৈ
চিনিয়ৰ - 19 বছৰলৈ
বোৱাৰী দলীয় বিহু- বয়সৰ কোনো নিৰ্দিষ্ট সীমা নাই।

পুৰস্কাৰ
কিডছ- 2 জন 🏆🏆
জুনিয়ৰ-2 জন 🏆🏆
চিনিয়ৰ- 2 জন 🏆🏆
বোৱাৰী - শ্ৰেষ্ঠ দলক পুৰস্কৃত কৰা হব। 🏆

নিৰ্দেশনা:
1. তলত দিয়া লিংকৰ যোগেদি ভিডিও জমা দিব। যি সকলে গ্ৰুপ যইন কৰিলে তেওঁলোকে এই গ্ৰুপ ত শ্বেয়াৰ কৰিব। সময়সীমা 11:30 pm, 17 এপ্ৰিল
Upload link

https://chat.whatsapp.com/JROyx9hQ7y2960Ja6SRaEw

2. শ্বেয়াৰ কৰা সময়ত প্ৰতিযোগীৰ নাম, বয়স, গ্ৰুপ উল্লেখ কৰি দিব।

3. ভিডিও এডিট কৰিব নোৱাৰিব।
গানৰ দৈঘ্য নূন্যতম 1:30 মিনিট।

4. বিহু গীতত নৃত্য পৰিৱেশন কৰিব লাগিব।

5. প্ৰতিযোগী সকলে আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজ লাইক আৰু ফ'ল'ৱ কৰিব।
পেজ ৰ লিংক সমূহ তলত দিয়া হল

https://instagram.com/withloveamour?igshid=YmMyMTA2M2Y=

https://www.facebook.com/withloveamour

6. গ্ৰুপত ভিডিও আপলোড কৰাৰ লগতে তেওঁলোকৰ ব্যতিগত অথবা অভিভাৱকৰ ফেচবুক আৰু ইনষ্টাগ্ৰম একাউণ্ট অত আপলোড কৰি, আমাক টেগ কৰিব । হেছ টেগ ব্যৱহাৰ কৰিব।

With Love Amour x Nrityaban dance challenge
নাম, বয়স, গ্ৰুপ উল্লেখ কৰি দিব।

7. বিচাৰকৰ সিদ্ধান্তই শেষ সিদ্ধান্ত।

8. ভৰ্তি মাছুল
একক নৃত্য @ 50 টকা
দলীয় নৃত্য @100 টকা

Celebrate Holi with With Love Amour Holi Offer 20% on all products only on online purchaseAd Concept Gyaanfo PC  VermaMU...
04/03/2023

Celebrate Holi with With Love Amour
Holi Offer 20% on all products only on online purchase

Ad Concept Gyaanfo
PC Verma
MUA Mitali Gogoi

De stress &DetoxBenefitsIt is rich in antioxidants and may be linked to several health benefits, including increased wei...
18/02/2023

De stress &Detox

Benefits
It is rich in antioxidants and may be linked to several health benefits, including increased weight loss, better blood sugar control, and improvements in hair and skin health.

It’s also versatile and associated with very few side effects, so it’s a great potential addition to your diet.

Content Source Healthline




We are available our beloved Zubeen Da's
25/01/2023

We are available our beloved Zubeen Da's

Address

Guwahati

Alerts

Be the first to know and let us send you an email when With Love Amour posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share