Purnashilpam

Purnashilpam | Sand Animation | Live Shows | Art and Craft | Statue | Memento | Painting | Audio/Video Production। Visual art | Workshop। Internship।

Purnashilpam, meaning "filled with all the art forms", is a true confluence of diverse artistic expressions. Its core vision is to creatively represent our rich culture, traditions, civilization, and the lives of saints and reformers—both from our region and the nation as a whole—in ways that resonate with art lovers across the globe. At its heart, Purnashilpam is a journey of artistic unity, dedicated to spreading positivity through the medium of art. From the chronicles of history to the unheard voices of everyday people, Purnashilpam seeks to embrace and reflect all facets of human experience. Through its distinct approach, Purnashilpam aspires to make a meaningful contribution to the vast world of art and culture.

~পূৰ্ণশিল্পম্~

"পূৰ্ণশিল্পম্ এক যাত্ৰা । এই যাত্ৰা সুৰৰ। এই যাত্ৰা শিল্পৰ। শব্দ সুৰ আৰু শিল্পৰ এই জীৱনমুখী যাত্ৰা হৃদয়ৰ পৰা হৃদয়লৈ।"

এই যাত্ৰাত আমাৰ প্ৰয়াস হ’ব চৌপাশৰ যান্ত্ৰিকতা, বস্তুবাদিতা, হতাশা, হীনমন্যতা আদি আচোঁৰৰ পাছতো আমাৰ সকলোৰে বুকুৰ কোনোবা কোণত এতিয়াও জীপাল হৈ থকা সেউজীয়া সপোনবোৰৰ বুজ লোৱা, যান্ত্ৰিকতাৰ মাজতো কোনোবা নিবিড় ক্ষণত শৈশৱ সুঁৱৰি উচুপি উঠা মনবোৰ এবাৰ জুমি চোৱা, স্বাৰ্থপৰতা নেওচি মানুহৰ বাবে কান্দি উঠা মানুহৰ মনবোৰ এবাৰ স্পৰ্শ কৰি চোৱা।

"এই স্পৰ্শ শব্দেৰে, সুৰেৰে, শিল্পৰে!"

12/09/2026

08/09/2026

আমাৰ শিল্পৰকৰ্মৰ মাজত আমি পাৰ কৰা মধুৰ মুহুৰ্তবোৰ.. সদায় নতুন ❤️🌿

নিজৰ সংস্কৃতিক ভাল পাওঁ, সংৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ, আৰু আগবঢ়াই লৈ যাবলৈ আগ্ৰহ কৰোঁ ❤️

#অসমীয়া_সংস্কৃতি #অসমীয়া_শিল্প #মুখাশিল্প

🎁 আপোনাৰ প্ৰিয় শিক্ষকজনৰ বাবে এটি স্মৰণীয় উপহাৰ—সন্মান আৰু মৰমেৰে। ❤️🌸 শিক্ষক দিৱসৰ বিশেষ উপহাৰ! 🌸✨ Limited Stock Avai...
30/08/2026

🎁 আপোনাৰ প্ৰিয় শিক্ষকজনৰ বাবে এটি স্মৰণীয় উপহাৰ—সন্মান আৰু মৰমেৰে। ❤️
🌸 শিক্ষক দিৱসৰ বিশেষ উপহাৰ! 🌸
✨ Limited Stock Available!
📦 Stock শেষ হোৱাৰ আগতেই আপোনাৰ Order Confirm কৰক।
📩 Advance Booking ৰ বাবে এতিয়াই যোগাযোগ কৰক - 9282107241

29/08/2026

🎁 আপোনাৰ প্ৰিয় শিক্ষকজনৰ বাবে এটি স্মৰণীয় উপহাৰ—সন্মান আৰু মৰমেৰে। ❤️
🌸 শিক্ষক দিৱসৰ বিশেষ উপহাৰ! 🌸
✨ Limited Stock Available!
📦 Stock শেষ হোৱাৰ আগতেই আপোনাৰ Order Confirm কৰক।
📩 Advance Booking ৰ বাবে এতিয়াই যোগাযোগ কৰক - 9282107241

"সদা বন্দিত আমাৰ গুৰুজন.."শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আমি পূৰ্ণশিল্পমে আমাৰ গুৰুস্থানীয় সকললৈ বুলি উপহাৰ দিব পৰাকৈ তৈয়া...
28/08/2026

"সদা বন্দিত আমাৰ গুৰুজন.."
শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আমি পূৰ্ণশিল্পমে আমাৰ গুৰুস্থানীয় সকললৈ বুলি উপহাৰ দিব পৰাকৈ তৈয়াৰ কৰিছোঁ কেতবোৰ বিশেষ স্মাৰক। আপুনিও এনেধৰণৰ MEMENTO এটা আমাৰ পৰা ক্ৰয় কৰিবলৈ আগ্ৰহ কৰে যদি জনাব। আমি আপোনাৰ পচন্দ হোৱাকৈ আপোনাৰ গুৰুজনৰ বাবে এটি বিশেষ উপহাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম। 🙏

27/08/2026

Purnashilpam Music Classes are going on!

Learn Indian Classical, Borgeet, and Assamese Evergreen Songs.

Admission Open!
For enrollment, contact us at 7635977606

অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু শিল্পকলাৰ এক সুন্দৰ সংমিশ্ৰণ ❤️🌿আমাৰ ঐতিহ্যবাহী মুখাশিল্পক আধুনিক ৰূপত সংৰক্ষণ কৰাৰ এটি সৰ...
27/08/2026

অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু শিল্পকলাৰ এক সুন্দৰ সংমিশ্ৰণ ❤️🌿

আমাৰ ঐতিহ্যবাহী মুখাশিল্পক আধুনিক ৰূপত সংৰক্ষণ কৰাৰ এটি সৰু প্ৰয়াস। প্ৰতিটো ফ্ৰেমত লুকাই আছে আমাৰ মাটিৰ গোন্ধ, শিল্পীৰ সৃষ্টিশীলতা আৰু অসমীয়া সংস্কৃতিৰ এক সুন্দৰ প্ৰতিচ্ছবি। 🎭✨

নিজৰ সংস্কৃতিক ভাল পাওঁ, সংৰক্ষণ কৰোঁ আৰু আগবঢ়াই লৈ যাওঁ। ❤️

#অসমীয়া_সংস্কৃতি #অসমীয়া_শিল্প #মুখাশিল্প

26/08/2026

"সদা বন্দিত আমাৰ গুৰুজন.."
শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি আমি পূৰ্ণশিল্পমে আমাৰ গুৰুস্থানীয় সকললৈ বুলি উপহাৰ দিব পৰাকৈ তৈয়াৰ কৰিছোঁ কেতবোৰ বিশেষ স্মাৰক। ভিডিঅটো এপলক চাবচোন। লগতে আপুনিও এনেধৰণৰ MEMENTO এটা আমাৰ পৰা ক্ৰয় কৰিবলৈ আগ্ৰহ কৰে যদি জনাব। আমি আপোনাৰ পচন্দ হোৱাকৈ আপোনাৰ গুৰুজনৰ বাবে এটি বিশেষ উপহাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিম। 🙏

Address

Guwahati

Telephone

+919707296013

Website

Alerts

Be the first to know and let us send you an email when Purnashilpam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Purnashilpam:

Shortcuts

Share