RAFEL

RAFEL Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from RAFEL, Shopping & retail, FANCY ALI, Jorhat.

05/02/2026

▶️দিল্লীৰ পৰা আৰম্ভ কৰি আজি দেশজুৰি আনুষ্ঠানিকভাৱে মুকলি ‘ভাৰত টেক্সি’
▶️২০২৯ চনৰ ভিতৰত দেশৰ সৰ্ববৃহৎ ৰাইড-হেলিং সেৱা হিচাপে গঢ়ি তোলাৰ লক্ষ্য চৰকাৰৰ...

05/02/2026

05/02/2026

Hi Friends

05/02/2026

বয়স ৭১ বছৰ,
উচ্চতম ন্যায়ালয়ত নিজে উকালিত কৰি আজি ECI ৰ SIR ৰ প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই ভাৰতৰ ইতিহাসৰ প্ৰথমজন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে কিছুমান ক্ষেত্ৰত উল্লেখযোগ্য বিজয় লাভ কৰিছিল।

মমতা বেনাৰ্জী:ছাৰ,পাঁচ মিনিট কথা কওঁ।

মুখ্য ন্যায়াধীশ:মই ৫ মিনিট নিদিওঁ,আমি আপোনাক ১৫ মিনিট দিম,কথা কওক।

এজন নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে এই গুৰুত্বপূৰ্ণ দিনটোত মুখ্যমন্ত্ৰীয়ে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পৰা প্ৰাপ্য সন্মান আৰু স্থান লাভ কৰিছে,তেওঁক তেওঁৰ প্ৰতিটো কথা ক’বলৈ সুযোগ দিয়া হৈছে,সাধাৰণতে যদি কোনো অধিবক্তা থাকে তেন্তে আদালতে বিবাদীজনৰ কথা নুশুনে,কিন্তু আজি আদালতে তেওঁক এবাৰ চমু ব্যাখ্যাৰ বাহিৰে একেবাৰেই বাধা দিয়া নাছিল।এই সন্মান তেওঁৰ নিজৰ,তেওঁ কাৰো দয়াৰ জৰিয়তে পোৱা নাছিল।

সমগ্ৰ ভাৰতে আজি দেখিলে যে মোডী-শ্বাহ, জ্ঞানেশৰ বিৰুদ্ধে এনেদৰে যুঁজিব পাৰে এজন ব্যক্তিয়ে।এজন ব্যক্তিয়েহে তেওঁলোকৰ অহংকাৰক চেপি ধৰিব পাৰে।
ইয়াৰ সমান্তৰালকৈ ভাৰতৰ জনসাধাৰণেও গম পালে যে এই মুহূৰ্তত বিৰোধী মিত্ৰজোঁটৰ মূল মুখ হিচাপে একমাত্ৰ মমতা বেনাৰ্জীক গ্ৰহণ কৰা হয়।

আপুনি তেওঁক ভাল পাব পাৰে বা ঘৃণা কৰিব পাৰে,কিন্তু ভাৰতীয় ৰাজনীতিৰ কথা আহিলে তেওঁক আওকাণ কৰিব নোৱাৰি।

04/02/2026
04/02/2026
04/02/2026

Address

FANCY ALI
Jorhat

Website

Alerts

Be the first to know and let us send you an email when RAFEL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share