Arts by Ranjan Joaddar

  • Home
  • Arts by Ranjan Joaddar
Call Contact the business

Arts by Ranjan Joaddar Hi, I'm Ranjan Joaddar! Just a human with a pencil and too much imagination.

19/09/2026

আজি জুবিন দিৱস প্ৰাণৰ শিল্পী জনলৈ মোৰ এটি চিত্ৰ অংকনৰে ( "জুবিন বিহীন অনুভৱ ") সশ্ৰদ্ধ প্ৰণাম জনালোঁ।

17/09/2026

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰী নৰেন্দ্ৰ মোদীলৈ জন্ম দিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু উপহাৰ হিচাপে এটা চিত্ৰ আঁকি পঠালোঁ।

2012 চনত বাতৰি কাকতেৰে সুধাকণ্ঠৰ 40 ফুট ওখ ক'লাজ, আৰ্ট কৰিছিলোঁ। এই চিত্ৰৰে আজি সঙ্গীতজ্ঞ, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন...
08/09/2026

2012 চনত বাতৰি কাকতেৰে সুধাকণ্ঠৰ 40 ফুট ওখ ক'লাজ, আৰ্ট কৰিছিলোঁ। এই চিত্ৰৰে আজি সঙ্গীতজ্ঞ, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনালোঁ।

বহু দিনৰ মূৰত এটি কবিতা আগবঢ়ালো
17/08/2026

বহু দিনৰ মূৰত এটি কবিতা আগবঢ়ালো

মই অকাঁ চিত্ৰ এটিৰে সকলোকে যোগ দিৱসৰ শুভেচ্ছা জনালোঁ।
21/06/2026

মই অকাঁ চিত্ৰ এটিৰে সকলোকে যোগ দিৱসৰ শুভেচ্ছা জনালোঁ।

আজিৰ অনুভৱ প্ৰকৃতিয়ে আমাক ৰক্ষা কৰে, তাকেই আমি ধ্বংস কৰো। ভৱিষ্যতৰ পথ পতনৰ দিশে।
05/06/2026

আজিৰ অনুভৱ প্ৰকৃতিয়ে আমাক ৰক্ষা কৰে, তাকেই আমি ধ্বংস কৰো। ভৱিষ্যতৰ পথ পতনৰ দিশে।

এই দুৰ্ভগীয়া শিক্ষক সকল চৰকাৰ সৃষ্টি কিন্তু চৰকাৰ নিমাত,আনকি অৱসৰ প্ৰাপ্ত টিউটৰ সকলক প্ৰতিশ্ৰুতি অনুযায়ী গ্ৰেছুয়িটিও ...
21/05/2026

এই দুৰ্ভগীয়া শিক্ষক সকল চৰকাৰ সৃষ্টি কিন্তু চৰকাৰ নিমাত,আনকি অৱসৰ প্ৰাপ্ত টিউটৰ সকলক প্ৰতিশ্ৰুতি অনুযায়ী গ্ৰেছুয়িটিও প্ৰদান নকৰিলে। আজি অসহায় এই টিউটৰ ৰূপী শিক্ষক সকল।

তেজপুৰ টাইমছ্ হস্পিটেলৰ চিকিৎসক ডাঃ ভৱানী ভূঞা মহোদয়ে মোৰ মাতৃক ৩০/৩২ বছৰ ধৰি একেৰাহে চিকিৎসা সেৱা আগবঢ়াই আহিছে। চিকিৎ...
06/05/2026

তেজপুৰ টাইমছ্ হস্পিটেলৰ চিকিৎসক ডাঃ ভৱানী ভূঞা মহোদয়ে মোৰ মাতৃক ৩০/৩২ বছৰ ধৰি একেৰাহে চিকিৎসা সেৱা আগবঢ়াই আহিছে। চিকিৎসক ভূঞা মহাশয়ে মাক -মাতৃৰ স্নেহ আৰু শ্ৰদ্ধাৰে সেৱা আগবঢ়াই যোৱা কালি ৫/৫/২০২৬ তাৰিখে তেখেতৰ চিকিৎসকৰ কোঠাত এখন ফুলাম গামোচাৰে সাদৰ-সম্ভাষণ জনায়। চিকিৎসক ডাঃ ভৱানী ভূঞা মহোদয়ক আমিও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।

Address

Udalguri

784507

Telephone

+919864598723

Website

Alerts

Be the first to know and let us send you an email when Arts by Ranjan Joaddar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Arts by Ranjan Joaddar:

Shortcuts

  • Want your business to be the top-listed shop?

Share