29/09/2026
🛑 বৰপেটা জিলাৰ জনীয়াৰ মহম্মদপুৰ গাঁৱৰ সদাগৰ আলীৰ পুত্ৰ ৰাজিবুল হক যোৱা ৰবিবাৰ ৰাতি ৮ বজাৰ পৰা নিৰুদ্দেশ।
🛑 মানসিক ভাবে অসুস্থ কিশোৰ পুত্ৰৰ সন্ধান নাপাই চিন্তিত পিতৃ-মাতৃ
🛑 যদি কোনো সদাশয় ব্যক্তিয়ে সন্ধান পায় তেন্তে তলত দিয়া নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
7002607488, 8011393059
🛑 যিমান পাৰে শ্বেয়াৰ কৰক আপোনাৰ এটা শ্বেয়াৰে হয়তো সন্তানটোক আকৌ মাকৰ বুকুত উভতি আহিব সহায় কৰিব পাৰে🙏