07/02/2025
@“ব্রহ্মপুত্র মহাবাহাে শান্ত্বনােঃ কুলনন্দন।
অমােঘ গর্ভস্যুত লৌহিত পাপং মে হৰ।”
উত্তৰে উত্তংগ গিৰিৰাজ। হিমাচলৰ শাখা-প্রশাখা ভােট, অঁকা, দফলা, আবৰ, মিৰি, মিচিমি আৰু দক্ষিণে নগা, পাটকাই, কাৰ্বি, গাৰাে আদি স্মসমৰ পৰ্বৰ্তমালাৰ মাজৰ প্ৰাকৃতিক সৌন্দৰ্য বিমণ্ডিত অসম উপত্যকাৰ মাজেৰে গহীন গম্ভীৰ গতিৰে চিৰপ্ৰৱাহমান মহাবাহু ব্ৰহ্মপুত্ৰ!