Sojal Nursury

Sojal Nursury স‌ঁজাল নাৰ্চাৰী ......."স‌ঁজাল ----এক সেউজ ঘ?

03/06/2023

ডালিম অতি পুষ্টিকৰ ফল ।
এণ্টি-অক্সিডেণ্ট আৰু এণ্টি-ভাইৰেল গুণেৰে ভৰপুৰ ডালিম ।
ডালিমৰ ৰস বা জোচ গৰমত অতি উৎকৃষ্ট শীতল পানীয় । ই শক্তিবৰ্ধক , বায়ু , পিত্ত , কফ জনিত ৰোগ নাশক ।
বিশেষজ্ঞ সকলৰ মতে , ডালিমৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাও আছে ।
ডালিমৰ পৰা ভিটামিন আৰু এণ্টি-অক্সিডেণ্ট লাভ কৰিবলৈ হ'লে সদায় সতেজ পুৰঠ ফল আৰু তাৰ ৰস খাব লাগে ।
ডালিম সদায় ৰাতিপুৱা খালি পেটত খোৱাটো অতি উপযোগী । তেতিয়া পাচন শক্তিৰ সক্ৰিয়তা বাঢ়ে ।

# ডালিমৰ ৰসে ডায়েবেটিছ ৰোগীৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় । তেজৰ চুগাৰৰ পৰিমাণ কমায় ।
# ডালিমে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় ।
# ডালিম শক্তি বৰ্ধক । ডালিমৰ ৰসে ততালিকে শক্তি যোগান ধৰে । দুৰ্বল ৰোগীৰ বাবে অতি শক্তিদায়ক ।
# মগজু সুস্থ-সবল তথা সক্ৰিয় কৰি ৰাখে । স্মৰণ শক্তি বঢ়ায় ।
# টোপনি অনাত সহায় কৰে ডালিমৰ ৰসে ।
# ৰক্তহীনতাৰ সমস্যাত ডালিমৰ ৰস অতি উপকাৰী ।
# অপকাৰী কলেষ্টৰল কম কৰে । হৃদযন্ত্ৰ সুস্থ ৰাখে । উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।
# পেটৰ বিভিন্ন সমস্যাত উপকাৰী । কৃমি নাশক ।
# সকলো ধৰণৰ বিষৰ বাবে ডালিমৰ ৰস অতি উপকাৰী ।
# লিভাৰ , কিডনি সুস্থ ৰাখে । খাদ্য হজম কৰাত সহায়ক ।
# জ্বৰ আৰু শৰীৰৰ সাধাৰণ অসুস্থতাত পিয়াহ কমাবলৈ ডালিমৰ ৰস অতি উপকাৰী ।
# ডালিমৰ ৰসে মেদবহুলতা কম কাৰাত সহায় কৰে ।
# গ্ৰহণী , ডায়েৰিয়া আদি সমস্যাত ডালিম অতি উপকাৰী ।

15/05/2023

দুৰাৰোগ্য কেঞ্চাৰ নিৰাময় ক্ষেত্ৰত মহৌষধ হিচাপে পৰিগণিত হোৱা Sabah snake grass কেনেকৈ আহিল অসমলৈ?Hojal Nursary Dadar Contract Number 940193661184729911558638...

15/05/2023
Good MorningSeason Flower now available.
12/11/2022

Good Morning
Season Flower now available.

সুন্দৰী বগৰি পুলি পাব।সঁজাল নাচাৰীবকলাই , গোলাঘাট
25/01/2022

সুন্দৰী বগৰি পুলি পাব।

সঁজাল নাচাৰী
বকলাই , গোলাঘাট

24/01/2022
Welcome to Sojal Nursury,Mout Gaon, Bokalai
12/01/2022

Welcome to Sojal Nursury,
Mout Gaon, Bokalai

Good Morning
10/01/2022

Good Morning

1st Day 1st Show. Happy to Serve.New Year New Beginning. #2022
02/01/2022

1st Day 1st Show. Happy to Serve.
New Year New Beginning.
#2022

Happy New Year.....
31/12/2021

Happy New Year.....

Hybrid Rose 🌹🌹🌹ৰ সৈতে মৰমৰ পংকজ দা
19/12/2021

Hybrid Rose 🌹🌹🌹ৰ সৈতে মৰমৰ পংকজ দা

Address

Golaghat
785625

Telephone

+918638385185

Website

Alerts

Be the first to know and let us send you an email when Sojal Nursury posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sojal Nursury:

Shortcuts

Share

Category