Pragjyotika Books

Pragjyotika Books নিৰ্বাচিত গ্ৰন্থ, স্কুল-কলেজৰ কিতাপ-পত্ৰ পোৱা যায়।

13/09/2023
প্ৰাগজ্যোতিকা কাব্য কাননৰ নতুন প্ৰকাশ‌নস্নাতক মহলাৰ পাঠ্যক্ৰম ভিত্তিক
25/08/2023

প্ৰাগজ্যোতিকা কাব্য কাননৰ নতুন প্ৰকাশ‌ন
স্নাতক মহলাৰ পাঠ্যক্ৰম ভিত্তিক

এজন কৰ্মযোগী। ৰজত চন্দ্ৰ ভৰালী। বঙালতোলা, ৰামদিয়া, হাজো। চৈতন্য সত্ৰৰ কাষত তেখেতে একপ্ৰকাৰ ব্যক্তিগত‌ভাৱেই 'ভোগৰাম-গুণেই...
12/07/2023

এজন কৰ্মযোগী। ৰজত চন্দ্ৰ ভৰালী। বঙালতোলা, ৰামদিয়া, হাজো। চৈতন্য সত্ৰৰ কাষত তেখেতে একপ্ৰকাৰ ব্যক্তিগত‌ভাৱেই 'ভোগৰাম-গুণেইবালা স্মৃতি পুথি‌ভঁৰাল সামূহিক ভৱন' নিৰ্মাণ কৰা পুথি ভঁৰালৰ লগতে এটা সভা কক্ষ‌ও আছে। সভা কক্ষ‌টোৰ নাম ৰাখিছে 'ভাষাবিদ কালিৰাম মেধি সভা কক্ষ'। তেখেতৰ পুথি ভঁৰালত স্থানীয় ল'ৰা-ছোৱালীৰ লগতে গৱেষক আদি সকলো লোকেই উপকৃত হ'ব পাৰে। তেখেতৰ একক প্ৰচেষ্টা অতুলনীয়।

ঘৰতে পাবলৈ যোগাযোগ কৰক - ৭৮৯৬৯৬২৭৩৪
10/06/2021

ঘৰতে পাবলৈ যোগাযোগ কৰক - ৭৮৯৬৯৬২৭৩৪

06/06/2021
অসমীয়া আবৃত্তি আৰু সংস্কৃতিৰ শৈক্ষিক ন্যাস প্ৰাগজ্যোতিকা কাব্য কাননৰ পৰা প্ৰকাশিত আৰু ডঃ অজন্তা ৰাজখোৱা সম্পাদিত, উত্তৰ ...
05/06/2021

অসমীয়া আবৃত্তি আৰু সংস্কৃতিৰ শৈক্ষিক ন্যাস প্ৰাগজ্যোতিকা কাব্য কাননৰ পৰা প্ৰকাশিত আৰু ডঃ অজন্তা ৰাজখোৱা সম্পাদিত, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ ভৌতিক সংস্কৃতিৰ সন্দৰ্ভত গাৱেষণিক কষ্টসাধ্য প্ৰৱন্ধৰ সংকলন -- "উত্তৰ-পূৰ্বাঞ্চলৰ বস্তু সংস্কৃতি" অসমীয়া তথা ভাৰতীয় সাহিত্য-সংস্কৃতিলৈ অনৱদ্য অৱদান। অসম তথা ভাৰতৰ বিভিন্ন ঠাইত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এই গ্ৰন্থখন সংগ্ৰহ কৰিবলৈ যোগাযোগ কৰিব পাৰে -- 7896962734

Address

থানা তিনিআলি, গোলাঘাট
Golaghat

Website

Alerts

Be the first to know and let us send you an email when Pragjyotika Books posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category