Panchajanya Books

Panchajanya Books Book Printer & Publisher

17/08/2026
05/08/2026
আজি পাঞ্চজন্যৰ ছপাশালৰ সন্মুখত সুদীৰ্ঘ ৯বছৰ ধৰি কৰ্মজীৱন অতিবাহিত কৰা আৰু আজি দেহাৱসান ঘটা পাঞ্চজন্যৰ প্ৰাক্তন কৰ্মী তথা...
12/05/2026

আজি পাঞ্চজন্যৰ ছপাশালৰ সন্মুখত সুদীৰ্ঘ ৯বছৰ ধৰি কৰ্মজীৱন অতিবাহিত কৰা আৰু আজি দেহাৱসান ঘটা পাঞ্চজন্যৰ প্ৰাক্তন কৰ্মী তথা প্ৰতিভাৱান কবি প্ৰয়াত জোনমণি দাস ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷

কবি, গল্পকাৰ, নাট্যকাৰ, জীৱনীকাৰ, পাঠ্যপুথি প্ৰণেতা আৰু হাস্যব্যংগ লেখক দণ্ডিনাথ কলিতাৰ জীৱনৰ আধাৰত লিখা উপন্যাস  “কেতেক...
05/01/2026

কবি, গল্পকাৰ, নাট্যকাৰ, জীৱনীকাৰ, পাঠ্যপুথি প্ৰণেতা আৰু হাস্যব্যংগ লেখক দণ্ডিনাথ কলিতাৰ জীৱনৰ আধাৰত লিখা উপন্যাস “কেতেকী সুৰৰ গোন্ধ“ আজিৰ পৰা অসম গ্ৰন্থমেলাত উপলভ্য হৈছে৷

বিশ্বৰ ৫০ খনতকৈও বেছি দেশ ভ্ৰমণ কৰা ড° সুনীল কুমাৰ শইকীয়াৰ ভ্ৰমণ কাহিনী মানে পঢ়ুৱৈয়ে  বিচাৰি পাই অনেক তথ্য ৷ খাদ্যৰসিক শ...
04/01/2026

বিশ্বৰ ৫০ খনতকৈও বেছি দেশ ভ্ৰমণ কৰা ড° সুনীল কুমাৰ শইকীয়াৰ ভ্ৰমণ কাহিনী মানে পঢ়ুৱৈয়ে বিচাৰি পাই অনেক তথ্য ৷ খাদ্যৰসিক শইকীয়াদেৱে কিমান যে তথ্য গোটাই ঠাইখনৰ৷ আজিৰ পৰা গ্ৰন্থখন অসম গ্ৰন্থমেলাত উপলভ্য হৈছে৷

কবি শান্তনু শৰ্মাৰ নিৰ্বাচিত কবিতাৰ সংকলন “কথন্তৰ“ আজি অসম গ্ৰন্থমেলাৰ আমাৰ বিপনীত উন্মোচন কৰা হয়৷
03/01/2026

কবি শান্তনু শৰ্মাৰ নিৰ্বাচিত কবিতাৰ সংকলন “কথন্তৰ“ আজি অসম গ্ৰন্থমেলাৰ আমাৰ বিপনীত উন্মোচন কৰা হয়৷

বিজয় ৰবি দাসৰ কাব্য সংকলন “আন্ধাৰে মেৰিয়াই বান্ধিছে তোক“ উন্মোচনৰ মুহূৰ্তত৷
03/01/2026

বিজয় ৰবি দাসৰ কাব্য সংকলন “আন্ধাৰে মেৰিয়াই বান্ধিছে তোক“ উন্মোচনৰ মুহূৰ্তত৷

Address

Ist Floor, Bipul Bhawan, Near Amtran. Industrial Area, Bamunimaidam
Guwahati
781021

Website

Alerts

Be the first to know and let us send you an email when Panchajanya Books posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share