15/09/2026
WAHEEDA
Museum of Masterpieces |
1995
✨ এয়া কেৱল সোণৰ অলংকাৰ নহয়—এয়া সোণত বন্দী কৰা এখন সোণালী শস্যক্ষেত্ৰ।
Inside story
✨ সোণত বন্দী কৰিলোঁ প্ৰকৃতিৰ এক সুৰ…
প্ৰকৃতি মোৰ বাবে কেৱল সৌন্দৰ্য নহয়,প্ৰকৃতি হৈছে মোৰ সৃষ্টিৰ এক অনন্ত উৎস।
এই বিশেষ গহনা পদৰ প্ৰতিটো সোণালী motif-ত মই অনুভৱ কৰিছোঁ পকা ধানৰ থোকৰ কোমল শ্পৰ্শ,সমৃদ্ধিৰ সৌন্দৰ্য আৰু মাটিৰ সৈতে আমাৰ গভীৰ সম্পৰ্ক। এটাৰ ওপৰত আনটো পৰি থকা সোণালী পাপৰিবোৰ যেন বতাহত লাহে লাহে হালি থকা সোণালী শস্যক্ষেত্ৰ…আৰু সেই সোণালী আভাৰ মাজত মুকুতাৰ কোমল শুভ্ৰতা,যেন পুৱাৰ কোমল বতাহ জাকে সোণালী পথাৰখনক চুই গৈছে।
প্ৰতিটো detail হাতেৰে গঢ়ি তোলা এই design-ত মই পৰম্পৰাৰ সৌন্দৰ্যক contemporary elegance-ৰ সৈতে মিলাবলৈ চেষ্টা কৰিছোঁ। Bold silhouette, graceful movement আৰু pearls-ৰ timeless charm, সকলো মিলি সৃষ্টি কৰিছে এক luxurious statement piece, যিটো আজিৰ নাৰীৰ বাবে আধুনিক, কিন্তু হৃদয়ত নিজৰ শিপাৰ সৈতে সংযুক্ত।
মোৰ বাবে অলংকাৰ কেৱল পিন্ধিবলৈ নহয়,
ই এক অনুভৱ, এক কাহিনী, এক স্মৃতি।
প্ৰকৃতিৰ পৰা