MLM & DSM Developer

Call Directions Website Contact the business

MLM & DSM Developer All the products sells in this page are Ayush ministry certified and premium quality based. People c

12/11/2026

Miya Zindabad

06/11/2026

🚨 Nagaon Medical College-ৰ ভিতৰত কি চলিছে? 😡 | PublicMijaj 360 Sting Operation | ৰোগীৰ বাবে নাই Basic Facilities!


🚨 Nagaon Medical College-ৰ ভিতৰৰ বাস্তৱ ছবি! একমাত্ৰ Piblicmijaj 360ৰ হাতত।
পানীৰ অভাৱ, ভঙা দৰজা, লেতেৰা Toilet, বন্ধ Wash Basin আৰু চৌদিশে আৱৰ্জনা!
চিকিৎসাৰ বাবে অহা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালে এনে অসুবিধাৰ সন্মুখীন হ'ব লাগে কিয়?
এই ভিডিঅ'ৰ জৰিয়তে অসম চৰকাৰ আৰু স্বাস্থ্য বিভাগৰ ওচৰত আমাৰ বিনম্ৰ আবেদন — অনুগ্ৰহ কৰি বিষয়টো গুৰুত্বসহকাৰে লৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক।
আমাৰ উদ্দেশ্য সমালোচনা কৰা নহয়, জনসাধাৰণৰ সমস্যা চৰকাৰৰ দৃষ্টিগোচৰ কৰা।

27/10/2026

"🔥 ৫.৭২ লাখ ভোট! AJMALৰ ভোটক লৈ চৰ্চা Assam Politicsত!"

AIUDFৰ কেন্দ্ৰীয় সভাপতিয়ে নিজৰ বক্তব্যত Aminul Islamৰ পূৰ্বৰ ভোট আৰু Badruddin Ajmalৰ ৫,৭২,০০০ ভোটৰ কথা উল্লেখ কৰিছে। তেওঁৰ দাবী অনুসৰি, বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা লোকেও Ajmalক ভোট দিছিল।
📢 আপোনাৰ মতামত কি? এই বক্তব্যৰ বিষয়ে আপোনালোকে কি ভাবে? Comment কৰি জনাওক।
🎥 সম্পূৰ্ণ বক্তব্য শুনক আৰু আপোনাৰ মতামত Share কৰক।
👍 Like | 💬 Comment | 🔄 Share | ➕ Follow PUBLICMIJAJ 360

25/10/2026

"❤️‍🔥AMINUL ISLAMৰ মতে BJPয়ে ভোট চুৰ কৰি PASS Nagaon By-electionত জয় লাভ কৰে।" আচলতে AIUDF জিকিছে, বিজেপি নহই।

16/10/2026

"❤️‍🔥BADRUDDIN AJMAL চাহাবে ধন্যবাদ ভাষণত কি কলে Rakibul Hussainক?"

15/10/2026

"❤️‍🔥AJMAL চাহাবে কি কলে Congressৰ বিষয়ে।" Samaguri UDSFৰ সৌজন্যত Uttar Khatowalত Ajmalৰ ধন্যবাদ যাত্ৰা।

12/10/2026

"❤️‍🔥 সাৱধান! Uttar Khatowal ত কোন এই ৰজা Boro, হাতত লাখটি লৈ ফুৰিছে?"

10/10/2026

"❤️‍🔥Congressএ Rakibulৰ নিজৰ ভোটকেন্দ্ৰতে মাত্ৰ 80টা ভোট পালে! 😱"

"❤️‍🔥Samaguriত কোনে কিমান ভোট পালে চাওঁক।" Share, Like, Comment, আৰু Follow কৰক।
10/10/2026

"❤️‍🔥Samaguriত কোনে কিমান ভোট পালে চাওঁক।" Share, Like, Comment, আৰু Follow কৰক।

Address

Ayush Premium Quality Products
Nagaon
782124

Opening Hours

Monday 8am - 11pm
Tuesday 8am - 10:30pm
Wednesday 8am - 10:30pm
Thursday 8:30am - 10:30pm
Friday 8:30am - 11pm
Saturday 8am - 10pm
Sunday 7am - 10:30pm

Telephone

+919365314628

Alerts

Be the first to know and let us send you an email when MLM & DSM Developer posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MLM & DSM Developer:

Shortcuts

Share

Nearby shops