Rupahi, Lets Make it GREEN

Rupahi, Lets Make it GREEN Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rupahi, Lets Make it GREEN, Nagaon.

Evening view of   from  's upcoming departmental store
27/06/2019

Evening view of from 's upcoming departmental store

স্বচ্ছতাই সেৱা।জুন আৰু জুলাই মাহৰ প্ৰতিটো দেওবাৰ। সকলোকে ধন্যবাদ জনাইছোঁ, আৰুসহযোগিতা কামনা কৰিলোঁ
16/06/2019

স্বচ্ছতাই সেৱা।
জুন আৰু জুলাই মাহৰ প্ৰতিটো দেওবাৰ। সকলোকে ধন্যবাদ জনাইছোঁ, আৰু
সহযোগিতা কামনা কৰিলোঁ

13/06/2019

অহা দেওবাৰ অৰ্থাৎ ১৬/০৬/২০১৯ তাৰিখে হব লগা চাফাই অভিযান ত আমাক সহযোগ কৰিব
১. ৰূপহী উন্নয়ন পৰিষদ
২. ৰূপহী অৰ্য্যভট্ট বিজ্ঞান শাখা
৩.ৰূপহী মেডিয়া এছচিএছন
৪.বৃহত্তৰ ৰূপহী সমন্বয় গোষ্ঠী।
৫.ৰূপহী বাড়োৱাৰি পূজা সমিতি
৬. ৰূপহী মাৰ্কজ মছজিদ কমিটি।
লগতে সহযোগ কৰিব স্থানীয় ৰাইজ আৰু অন্যান্য দল সংগঠন।

11/06/2019

অহা দেওবাৰে দিনৰ ৯ বজাত 'ৰূপহী বজাৰ চাফাই অভিজান' কাৰ্য্যসূচী হাতত লোৱা হৈছে। সকলোৰে সহযোগিতা কামনা কৰা হল।

10/06/2019
বৃক্ষৰূপন ৰূপহী কালি মন্দিৰ
10/06/2019

বৃক্ষৰূপন ৰূপহী কালি মন্দিৰ

Single step to save environmentSay no to plastic bags.
10/06/2019

Single step to save environment
Say no to plastic bags.

ৰূপহী চন্দ্ৰৱালা এল পি স্কুলত বৃক্ষ ৰোপন
07/06/2019

ৰূপহী চন্দ্ৰৱালা এল পি স্কুলত বৃক্ষ ৰোপন

বৃক্ষ ৰোপন, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত
07/06/2019

বৃক্ষ ৰোপন, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

ৰূপহীহাট সমষ্টিৰ ৰূপহী ব্লক কংগ্ৰেছৰ উদ্যোগত  যুৱ কংগ্ৰেছ আৰু NSUI ৰ সহযোগত সদ্যঘোষিত হাইস্কুল, হাই মাদ্ৰাছা শিক্ষান্ত প...
26/05/2019

ৰূপহীহাট সমষ্টিৰ ৰূপহী ব্লক কংগ্ৰেছৰ উদ্যোগত যুৱ কংগ্ৰেছ আৰু NSUI ৰ সহযোগত সদ্যঘোষিত হাইস্কুল, হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱা হয় ।ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাত উপস্হিত থাকে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, ৰূপহী মহাবিদ্যালয় ৰ অধ্যক্ষ ডঃ ভবানন্দ পাটনায়ক মহোদয়, ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শিখা ৰাণী ঘোষ বাইদেউ, অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী , ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকল। ৰূপহী উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায় ২5 খন মান গাওঁৰ প্ৰায় ৩০০ ছাত্র ছাত্ৰী উপস্থিত থাকে৷ ছাত্ৰ ছাত্ৰী সকলক গামোছা,এখন অভিধান আৰু মান পত্ৰৰে সম্বৰ্ধনা জনায় বিধায়ক নুৰুল হুদাই ।

Address

Nagaon
782125

Telephone

9706275708

Website

Alerts

Be the first to know and let us send you an email when Rupahi, Lets Make it GREEN posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share