Dugdugi Assamese Jewellery

Dugdugi Assamese Jewellery 21 টাকৈ ৰাষ্ট্ৰীয় -আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী, 14 বছৰ অতিক্ৰম কৰা প্রতিষ্ঠান ডুগডুগী
Doogdoogi- call/WhatsApp 9957992615 for Booking

15/09/2026

20% Off
Doogdoogi Lakhimpur Branch Live —-

শুভ গণেশ চতুৰ্থী! 🙏🌺“বিঘ্নহৰ্তা গণেশে সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক।”
14/09/2026

শুভ গণেশ চতুৰ্থী! 🙏🌺
“বিঘ্নহৰ্তা গণেশে সকলোৰে জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক।”

14/09/2026
ডু্গডুগীৰ বিশেষ অফাৰ অসমৰ সকলোতকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া গহনা কাৰণে বিখ্যাত, ২১টাকৈ ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় বঁটা প্...
14/09/2026

ডু্গডুগীৰ বিশেষ অফাৰ

অসমৰ সকলোতকৈ জনপ্ৰিয় শুদ্ধ অসমীয়া গহনা কাৰণে বিখ্যাত, ২১টাকৈ ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত জনপ্ৰিয় অসমীয়া গহনা প্ৰতিষ্ঠান ডু্গডুগীয়ে লৈ আনিছে বাম্পাৰ অফাৰ। গণেশ চতুৰ্থী আৰু বিশ্বকৰ্মা পূজা উপলক্ষে কেঁচা সোণৰ অসমীয়া গহনা ক্ষেত্ৰত ২০% ৰেহাই আৰু মিনাকাৰি অসমীয়া গহনা ক্ষেত্ৰত ১৫% ৰেহাই দিয়া হব। এই অফাৰ ১৪ ছেপ্টেম্বৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে লব পাৰিব।
Call/whatsapp 9957992615
Website - www.dugdugi. in

Address

Nagaon, Guwahati, Jorhat, Dibrugarh, Sivasagar, Lakhimpur , Tezpur
Nagaon
782001

Alerts

Be the first to know and let us send you an email when Dugdugi Assamese Jewellery posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dugdugi Assamese Jewellery:

Shortcuts

Share