ROYAL Medicos Nalbari

ROYAL Medicos Nalbari We are the retailer of genuine medicine,baby foods and surgicals in Nalbari district,and all kind of

26/01/2022
25/06/2021

Vaccines are safe, they are free, and they are effective.

Stock is available.
06/05/2021

Stock is available.

কোৰোণা ভাইৰাছে প্ৰতিয়মান কৰিলে যে আমাৰ দেহত বেমাৰ প্ৰতিৰোধী শক্তি বা দেহৰ Immunity system প্ৰয়োজন কিমান।এই প্ৰতিৰোধী শক্...
03/10/2020

কোৰোণা ভাইৰাছে প্ৰতিয়মান কৰিলে যে আমাৰ দেহত বেমাৰ প্ৰতিৰোধী শক্তি বা দেহৰ Immunity system প্ৰয়োজন কিমান।এই প্ৰতিৰোধী শক্তি বঢ়াব পাৰি বিভিন্ন ধৰণৰ ভিটামিন যুক্ত খাদ্য,শাৰিৰীক কচৰতৰ দ্বাৰা ।যিহেতু বজাৰত ভেজাল খাদ্যৰ বাবে আমি আজিকালি খাদ্যত উচিত ভিটামিন লাভ নকৰো, গতিকে বিভিন্ন ধৰণৰ ভিটামিন আমি দেহক বাহিৰৰ পৰা যোগান ধৰিব লগা হয় ।বিভিন্ন ধৰণৰ ভিটামিন ঔষধ বজাৰত উপলব্ধ যদিও আজিকালি বিভিন্ন ধৰণৰ ভিটামিন যুক্ত Energy Drink/Juice ও বজাৰত আহিছে ।
Healthy, Stay Safe.

কোৰোণা ভাইৰাছৰ এক লক্ষণ হল উশাহ নিশাহ লোৱাৰ অসুবিধা হোৱা ।ফলত দেহত অক্সিজেনৰ পৰিমাণ কমি যায় ।সঠিক সময়ত যদি আমি এই অক্সিজ...
26/07/2020

কোৰোণা ভাইৰাছৰ এক লক্ষণ হল উশাহ নিশাহ লোৱাৰ অসুবিধা হোৱা ।ফলত দেহত অক্সিজেনৰ পৰিমাণ কমি যায় ।সঠিক সময়ত যদি আমি এই অক্সিজেনৰ পৰিমাণ কমি যোৱাটো গম পাও আৰু উচিত সময়ত আমি চিকিত্সালয় উপস্থিতি হব পাৰো তেতিয়াহে আমি কোৰোণাক হৰুৱাব পাৰিম আৰু নিশ্চিত বিপদৰ পৰা নিজে আৰু আপোন জনক উদ্ধাৰ কৰিব পাৰিম।

দেহত এই অক্সিজেনৰ পৰিমাণ আমি ঘৰৰ পৰাই চাব পাৰো অক্সিমিটাৰৰ দ্বাৰা।

দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও এটা ইন্টাৰভিউত কৈছে যে সাধাৰণ লক্ষণ থকা Home Isolation ত থকা ৰোগী সকলক দিল্লী চৰকাৰে Oxymeter দিছে কাৰণ কোভিদৰ সকলোতকৈ ডাঙৰ সমস্যা হল দেহত অক্সিজেনৰ হাৰ কমি যোৱা, আৰু যদি অক্সিজেনৰ হাৰ 90 শতাংশতকৈ কমি আহে তেন্তে অতি সোনকালে হস্পিতাল ভৰ্তি হোৱাৰ নিৰ্দেশ দিছে।

Covid-19 ৰ সময়ত Oxymeter ঘৰতে ৰাখিব পাৰিলে ভাল৷

(এতিয়াৰ পৰা ৰয়েল মেডিকোজ ROYAL MEDICOS ,নলবাৰীত OXYMETER উপলব্ধ হৈছে।)

Good morning to all
22/07/2020

Good morning to all

According to the new data by Ministry of Health and Family Welfare, Government of India, India’s COVID-19 recovery rate ...
22/05/2020

According to the new data by Ministry of Health and Family Welfare, Government of India, India’s COVID-19 recovery rate improves to 41%.
Press Information Bureau - PIB, Government of India

কোৰোণাত আৰোগ্য লাভৰ সংখ্যা 41 শতাংশলৈ বৃদ্ধি ।
home,stay safe

Address

PNC Road , Nalbari , Infront Of Municipality Office
Nalbari
781335

Opening Hours

Monday 8am - 7pm
Tuesday 8am - 7pm
Wednesday 8am - 7pm
Thursday 8am - 7pm
Friday 8am - 7pm
Saturday 8am - 7pm
Sunday 8am - 7pm

Telephone

+919707106733

Website

Alerts

Be the first to know and let us send you an email when ROYAL Medicos Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share