03/02/2022
এতিয়া যদিও BITCOIN পৃথিৱীৰ আটাইতকৈ শক্তিশালী crypto currency যাৰ এটাৰ মূল্য বৰ্তমান ৩৫ লাখ টকা। কিন্তু BITCOIN ৰ মূল্য ২০০৯চনত শুণ্য আছিল, অৰ্থাৎ বিনামূলীয়া আছিল। সেই সময়ত মোৰ লগত একেলগে এমৱে কৰা অংকুৰ আগৰৱালাই মোক যাছি দিওঁতেও মই বিটকইন নল'লো, আচলতে মই বিটকইনৰ ভৱিষৎ চাবলৈ অসৰ্মথ হৈছিলো, কিন্তু এতিয়া ডুবাইত থকা বুদ্ধিয়ক অংকুৰে ঠিকেই বুজিছিল । আনকি সৌ সিদিনা ২০১৯ চনত মোক যছা ক্ৰিপ্তকাৰেন্সি এথেৰিয়ামৰ মূল্য আছিল ৮ হাজাৰ টকা, যাৰ এতিয়া মূল্য ২ লাখ টকাৰো বেছি।
এতিয়া মানুহে নতুন নতুন block chain technology বিচৰা আৰম্ভ কৰিছে যাৰ বাবে হয়তো BITCOIN ৰ এই ডিমাণ্ড কমি আহিব। BITCOIN ৰ স্থান ল'বলৈ সকলো সুবিধা থকা নতুন block chain technology আহি আছে। যাৰ নাম Pi Network. এতিয়াও যদি আপুনি mining কৰা নাই google play store ৰ পৰা pi Network app download কৰক আৰু mining কৰক।
Piৰ লগত এতিয়া ৫০ মিলিয়ন মানুহ জড়িত হৈ পৰিছে। বিশ্বৰ এই ৫০ মিলিয়ন মানুহে নিশ্চয় কিবা ভাল এটা আশা কৰি ইয়াৰ লগত জড়িত হৈ পৰিছে। গতিকে এওঁলোকৰ মাজতে আপুনি আৰু ম্ই অংশগ্ৰহণ নকৰোঁ কিয়। ভাল হ'লে আমাৰো হওক। নহ'লেও পকেটৰ পৰাতো এতিয়া একো টকা নাযায় ! (No need to Spend money)
গতিকে pi Network app টো downloadকৰি phone number টো দি registrations কৰক। ফোন নম্বৰটো ভেৰিফাই কৰাটো ভাল। Invitation code বিচাৰিব, "ikramhussain07" দিব। তাৰ পিছত tap to earn button টো 24 ঘন্টাৰ মুৰত এবাৰকৈ টিপক আৰু দৈনিক 3 টা pi coin লাভ কৰক। Invitation code "ikramhussain07" ব্যৱহাৰ কৰিলে লগা লগ ১ টা Pi coin পাব। বাকী ikramhussain07 invitation code ব্যৱহাৰ কৰা বাবে মোৰ mining speed অলপ মান বাঢ়িব।
Pi কেৱল coin য়েই নহয়, ই হৈছে block chain.
Pi Network ৰ ওপৰত প্ৰশ্ন
১. ই online marketing
উঃ একেবাৰেই নহয়
২. Referralকৰি ধন ঘটিব পাৰে
উঃ নোৱাৰে
৩.referral কৰিবই লাগিব
উঃ নালাগে
৪. কাগজ পত্ৰ কি লাগিব
উঃ বৰ্তমান একো নালাগে, মাত্ৰ phone number আৰু শুদ্ধ নাম। পিছতkyc আহিব তেতিয়া কিবা document এটা লাগিব য'ত নাম ঠিকনা থাকে
৫. Coin গোটাই কি কৰিম
উঃ যেতিয়াBinance বা wazirx দৰে exchangeত listing হ'ব তেতিয়া বিক্ৰী কৰি বেংক account লৈ ধন transfer কৰিব পাৰিব।
৬. এটা pi coin ত কিমান দাম পাম ?
উঃ বৰ্তমান listing হোৱা নাই, সেয়েহে মূ্ল শূণ্য। যেতিয়া listing হ'ব তেতিয়া 314 ডলাৰ বা ভাৰতীয় টকাৰ মূল্যত প্ৰায় ২৪ হাজাৰ টকা হোৱাৰ সম্ভাৱনা বিশেষজ্ঞ সকলে দেখিছে। (বৰ্তমান এটা ETHERIUM ৰ দাম ২ লাখৰো ওপৰ, BITCOIN ৰ দাম ৩৫ লাখ। )
৭. Mining ৰ কাৰণে app downloadকৰি টকা invest কৰিব লাগিব নেকি ?
উঃ সম্পূৰ্ণ বিনামূলীয়া। টকা invest কৰিব নালাগে। কিন্তু যেতিয়া listing হ'ব তাৰ পিছত আৰু free mining কৰিবলৈ নতুনকৈ সোমাব নোৱাৰে। আগত সোমোৱা সকলেহে mining free কে কৰিব পাৰিব।
গতিকে যদিহে ইচ্ছা কৰে play storeত গৈ pi Network app টো download কৰি miningকৰক
Invitation code এটা লাগিবয়েই।
বহুতৰ প্ৰশ্ন বজাৰত daily বহু coin আহে, pi কিয় mining কৰিম ?
উঃ বহু coin বা token আহে , কিন্তু সেইবিলাৰ নিজা block chain নাই, ETHERIUM, Binance আদিৰ ওপৰত নিৰ্ভৰ কৰি coin বনাই। Pi একমাত্ৰ নিজা ব্লক চেইন থকা mobileত mining কৰিব পৰা coin .
গতিকে play store ৰ পৰা pi install কৰক আৰু invitation code ব্যৱহাৰ কৰক
Bitcoins আৰু Ethereum ৰ ইতিহাস পুনৰাবৃত্তি কৰিবলৈ গৈ আছে PiNetwork এ। ২০০৯ চনত দিনে ৫০ টা bitcoins free তে গোটাব পাৰিছিল। আৰু এতিয়া এটা bitcoin mining কৰিবলৈ ১০ লাখ টকা invest কৰিলেও ১০ বছৰ লাগিব। তেনেদৰে ২০১৫ চনত দিনে ৩০ টা Ethereum Mining হৈছিল এটা সাধাৰণ Computer ত। আৰু আজি ১০ লাখ টকা খৰচ কৰি Powerful Graphic Card লগাই এটা Ethereum গোটাবলৈ ১ বছৰ লাগিব। গতিকে এতিয়া Free ৩ টাকৈ Coin পাইছো বুলি ক ignore নকৰিব। আজিৰ পৰা তিনি বছৰৰ পাছত এটা Pi coin Mining কৰিবলৈ ১ বছৰ লাগিব। গতিতে সময় থাকোতেই কেইটামান Pi Coin গোটাই লওঁক। Play store পৰা Pi Network App টো Download কৰি নিজৰ শুদ্ধ নাম দি Sign Up কৰি লওঁক।
লগতে tap to earn button টো ২৪ ঘন্টাৰ মুৰত এবাৰ টিপিলে হে দৈনিক ৩ টা coin পাব। গতিকে যিসকলে মোৰ লগত ইতিমধ্যে জইন কৰিছে সদায় দিনে এবাৰকৈ লগইন কৰি tap to earn buttonটো টিপিবলৈ নাপাহৰিব। তেতিয়াহে বহুতবোৰ কইন পাব।
জইন কৰক, সময় ৰৈ নাথাকে।