JD's Enterprise

Directions

JD's Enterprise "পৰিষ্কাৰ- পৰিচন্নতাৰে সতেজ সামগ্ৰী যোগান ধৰাৰ উদ্দেশ্যেৰে ৰাইজৰ মাজত JD's Enterprise ।"

২য় পৰ্য্যায়ৰ অৰ্ডাৰসমূহ অহা মাহৰ প্ৰথম সপ্তাহৰ পৰা কোৰিয়াৰ কৰিব পৰাকৈ ব্যৱস্থা কৰি থকা হৈছে । যি সকলৰ সম্পূৰ্ণ ঠিকনা এতি...
28/03/2023

২য় পৰ্য্যায়ৰ অৰ্ডাৰসমূহ অহা মাহৰ প্ৰথম সপ্তাহৰ পৰা কোৰিয়াৰ কৰিব পৰাকৈ ব্যৱস্থা কৰি থকা হৈছে । যি সকলৰ সম্পূৰ্ণ ঠিকনা এতিয়ালৈকে প্ৰেৰণ কৰা নাই সেইসকলক তেওঁলোকৰ ঠিকনা সমূহ WHATSAPP যোগে পঠিয়াই দিবলৈ অনুৰোধ জনালোঁ ।

WHATSAPP@ 06000504840

কঙালীতে অংকুৰিত হওক ভোগালীৰ বীজ ।অসমবাসীলৈ JD's Enterprise পৰিয়ালৰ তৰফৰ পৰা বাপুতি সাহোন বিহুটিৰ হিয়াভৰা শুভেচ্ছা যাচিলো...
18/10/2021

কঙালীতে অংকুৰিত হওক ভোগালীৰ বীজ ।

অসমবাসীলৈ JD's Enterprise পৰিয়ালৰ তৰফৰ পৰা বাপুতি সাহোন বিহুটিৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ ।

এই প্ৰশিক্ষণটোৰ লগত আমাৰ প্ৰতিষ্ঠানৰ কোনো ধৰনৰ  সম্বন্ধ নাই যদিও আগ্ৰহী সকলে যোগাযোগ কৰিব পাৰিব বুলিয়েই ....
30/03/2021

এই প্ৰশিক্ষণটোৰ লগত আমাৰ প্ৰতিষ্ঠানৰ কোনো ধৰনৰ সম্বন্ধ নাই যদিও আগ্ৰহী সকলে যোগাযোগ কৰিব পাৰিব বুলিয়েই ....

23/03/2021

অৰ্ডাৰ কৰা গ্ৰাহক সকলক জনাওঁ যে, অহা ইংৰাজী ০২/০৪/২০২১ তাৰিখে ৰাতিপুৱা পাতি হাঁহ , কুকুৰা আৰু টাৰ্কীৰ পোৱালী যোগান ধৰা হ'ব।

13/01/2021

অসমবাসীলৈ JD's Enterprise ৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।।

এইবাৰৰ ভোগালী বিহুত -১/ ব্ৰইলাৰ গোটা - ১৪০ টকা প্ৰতি কি: গ্ৰা:কটা- ২২০ টকা প্ৰতি কি: গ্ৰা: ২/লোকেল কুকুৰা  গোটা- ৩৬০ টকা...
10/01/2021

এইবাৰৰ ভোগালী বিহুত -

১/ ব্ৰইলাৰ
গোটা - ১৪০ টকা প্ৰতি কি: গ্ৰা:
কটা- ২২০ টকা প্ৰতি কি: গ্ৰা:

২/লোকেল কুকুৰা
গোটা- ৩৬০ টকা প্ৰতি কি: গ্ৰা:

৩/টাৰ্কী
গোটা - ৫০০ টকা প্ৰতি কি: গ্ৰা:

৪/হাঁহ
গোটা - ৪০০ টকা প্ৰতি কি: গ্ৰা:

সোণলী কুকুৰা অলপ আছিল । কাৰোবাক দৰকাৰ হ'লে যোগাযোগ কৰিব পাৰে ।যোগাযোগ নম্বৰ : -  6002817491
26/11/2020

সোণলী কুকুৰা অলপ আছিল । কাৰোবাক দৰকাৰ হ'লে যোগাযোগ কৰিব পাৰে ।

যোগাযোগ নম্বৰ : - 6002817491

Address

Demow College Road
Sivasagar
785662

Opening Hours

Monday 9am - 8pm
Tuesday 9am - 8pm
Wednesday 9am - 8pm
Thursday 9am - 8pm
Friday 9am - 8pm
Saturday 9am - 8pm
Sunday 9am - 8pm

Website

Alerts

Be the first to know and let us send you an email when JD's Enterprise posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share