22/09/2020
মানুহে ঘৰ সলনি কৰে ,
বন্ধু সলনি কৰে ,
সম্পৰ্ক সলনি কৰে ,
তথাপিও মানুহ সুখী হ'ব নোৱাৰে ,
কাৰণ , মানুহে নিজক সলনি কৰিব
নোৱাৰে ।