Hira Book Depot & Digital Center

Hira Book Depot & Digital Center ইছলামী কিতাপ-পত্ৰ ।
আৰবী, উৰ্দু, ইংৰাজ?

মাদ্ৰাছা, স্কুল কলেজৰ সকলো ধৰণৰ কিতাপ ৰেহাই দাম/ উচিত ত পোৱা যায়।
26/05/2022

মাদ্ৰাছা, স্কুল কলেজৰ সকলো ধৰণৰ কিতাপ ৰেহাই দাম/ উচিত ত পোৱা যায়।

     তেজপুৰবাসীৰ বাবে ৰমজান-ঈদৰ বজাৰ। #উন্নতমান....  #ৰেহাই_মূল্য...
26/04/2021



তেজপুৰবাসীৰ বাবে ৰমজান-ঈদৰ বজাৰ।

#উন্নতমান.... #ৰেহাই_মূল্য...

সকলো ছাত্ৰ ছাত্ৰীৰ বাবে.....
02/11/2020

সকলো ছাত্ৰ ছাত্ৰীৰ বাবে.....

আগতিয়াকৈ অভিনন্দন জনালো। আজি হায়াৰচেকেণ্ডাৰী ৰ ফলাফল। কালিৰ পৰা UG ৰ যিকোনো কলেজৰ বাবে আমাৰ ইয়াত অনলাইন যোগে এডমিচন লব ...
24/06/2020

আগতিয়াকৈ অভিনন্দন জনালো।

আজি হায়াৰচেকেণ্ডাৰী ৰ ফলাফল। কালিৰ পৰা UG ৰ যিকোনো কলেজৰ বাবে আমাৰ ইয়াত অনলাইন যোগে এডমিচন লব পৰিব।

20/06/2020
দীৰ্ঘদিনৰ আশা পূৰণ হল। এতিয়া আৰু পলম নকৰি, অতি সোনকালে সংগ্ৰহ কৰক।
19/08/2017

দীৰ্ঘদিনৰ আশা পূৰণ হল।

এতিয়া আৰু পলম নকৰি, অতি সোনকালে সংগ্ৰহ কৰক।

📚  #সুসংবাদ   📚   #দেৰি__নকৰিব 📚 বিশেষকৈ শোণিতপুৰ জিলা, দৰং জিলা, লক্ষীমপুৰ জিলা, ধেমাজি জিলাৰ কৌমী মাদ্ৰাছা,বানাত মাদ্ৰ...
09/07/2017

📚 #সুসংবাদ 📚 #দেৰি__নকৰিব 📚

বিশেষকৈ শোণিতপুৰ জিলা, দৰং জিলা, লক্ষীমপুৰ জিলা, ধেমাজি জিলাৰ কৌমী মাদ্ৰাছা,বানাত মাদ্ৰাছা.............
তাৰ ছাত্ৰ, শিক্ষক সকলৰ বাবে বহুত সুবিধা হল। এতিয়া আপোনাৰ ওচৰতে সহজতে ৰেহাই মূল্যত পাব যিকোনো ইছলামী, পাঠ্যক্ৰমৰ কিতাপ, شروحات আদি ।

ہر قسم کے درسی و غیر درسی کتابیں 📚 دستیاب ہیں ہمارے یہاں. اس سال کے کتابوں کے لئے جلد از جلد رابطہ کریں.

যোগাযোগ কৰক :
7577809644

বিঃদ্ৰঃ 👉 গাড়ীৰে পঠাই দিয়াৰ ব্যৱস্থা আছে।

24/06/2017
15/04/2017

ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

Coming soooon.....   📙 🔜   عنقریب آنے والی ہے. অতি সীঘ্ৰেই প্ৰকাশ পাব  #মুফৰাদাতুল__আদব  অৰ্থাৎ কৌমী মাদ্ৰাছাৰ বিখ্যাত ক...
26/03/2017

Coming soooon..... 📙 🔜 عنقریب آنے والی ہے.

অতি সীঘ্ৰেই প্ৰকাশ পাব #মুফৰাদাতুল__আদব অৰ্থাৎ কৌমী মাদ্ৰাছাৰ বিখ্যাত কিতাপ #বাকোৰাতুল__আদব ৰ নতুন সংকলন ।
(এক হাজাৰতকৈ অধিক আৰবী শব্দ-অৰ্থৰ ভাণ্ডাৰ)

⏺️ সম্পূৰ্ণ নতুন আৰু আকৰ্ষণীয় পদ্ধতিৰে।
⏺️ পূৰণি আৰু অব্যৱহৃত শব্দৰ পৰা খালী।
⏺️ বিষয় অনুযায়ী বহুতো নতুন শব্দ সংযোজনৰ সৈতে।
🎈🎈🎈 বিশেষকৈ এই কিতাপখন মাদ্ৰাছাৰ শিক্ষাৰ্থীৰ লগতে স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত আৰবী লৈ পঢ়া শিক্ষাৰ্থীৰ বাবে বৰ উপযোগী হব।

প্ৰথম কপিটো অৰ্জন কৰিবলৈ, আৰু অধিক জানিবলৈ যোগাযোগ কৰিব পাৰে :
৭৫৭৭৮০৯৬৪৪
(হীৰা বুক ডিপো কৰ্তৃপক্ষ)

 #ঈদুল__আজহা____বিশেষ__কিতাপ ঈদুল আজহা আৰু কুৰ্বানী সম্বন্ধীয় বিভিন্ন ধৰণৰ মাছাঈল, নানা প্ৰশ্নৰ উত্তৰ, কুৰ্বানীৰ ওপৰত ক...
12/09/2016

#ঈদুল__আজহা____বিশেষ__কিতাপ

ঈদুল আজহা আৰু কুৰ্বানী সম্বন্ধীয় বিভিন্ন ধৰণৰ মাছাঈল, নানা প্ৰশ্নৰ উত্তৰ, কুৰ্বানীৰ ওপৰত কৰা নানা প্ৰশ্ন তথা আপত্তি ৰ যুক্তিপূৰ্ণ উত্তৰ আদি সামৰি.... কেইখনমান কিতাপ ।
#চাবলৈ__নাপাহৰিব ।

Address

Bhojkhowa Chapori
Tezpur
784027

Website

Alerts

Be the first to know and let us send you an email when Hira Book Depot & Digital Center posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category