BJP OBC Morcha Tinsukia

BJP OBC Morcha Tinsukia BJP OBC Morcha Tinsukia District official page

নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰীযুত দীপ্লুৰঞ্জন শৰ্ম...
17/07/2026

নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক শ্ৰীযুত দীপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক শ্ৰীযুত অনুপ বৰ্মন ডাঙৰীয়া দুয়োগৰাকীলৈ তিনিচুকীয়া জিলা অবিচি মৰ্চা তৰফৰ পৰা জন্মদিনৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
দুয়োগৰাকীৰে সু-স্বাস্থ্য আৰু সুদীৰ্ঘ কৰ্মময় জীৱনৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।



BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔
BJP OBC Morcha Tinsukia

16/07/2026

শদিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত Bolin Chetia ডাঙৰীয়ালৈ জন্মদিনৰ ওলগ জনালোঁ।

তেখেতৰ ত্যাগ, কৰ্মনিষ্ঠা আৰু ৰাইজৰ প্ৰতি থক দায়বদ্ধতাই শদিয়াৰ বিকাশক নতুন ৰূপ প্ৰদান কৰিছে৷

মা কামাখ্যাৰ আশীৰ্বাদত তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ৰাইজৰ সেৱাত তেখেত এনেকৈয়ে ব্ৰতী হৈ থাকক।

শদিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্রীযুত বলীন চেতিয়া ডাঙৰীয়াৰ জন্মদিনৰ উপলক্ষে তিনিচুকীয়া জিলা অবিচি মৰ্চা তৰফ...
16/07/2026

শদিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক শ্রীযুত বলীন চেতিয়া ডাঙৰীয়াৰ জন্মদিনৰ উপলক্ষে তিনিচুকীয়া জিলা অবিচি মৰ্চা তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ । ৰাইজৰ সেৱা কৰিবলৈ প্ৰভু ভগৱন্তই আপোনাক অধিক শক্তি প্ৰদান কৰক । অলেখ শুভকামনাৰে ....
Bolin Chetia

 #সেৱাই_সংগঠন "পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান–২০২৬"আজি ভাৰতীয় জনতা পাৰ্টি, তিনিচুকীয়া জিলাৰ উদ্যোগত পণ্ডিত ...
12/07/2026

#সেৱাই_সংগঠন
"পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান–২০২৬"

আজি ভাৰতীয় জনতা পাৰ্টি, তিনিচুকীয়া জিলাৰ উদ্যোগত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান–২০২৬ ৰ তিনিচুকীয়া জিলা ভিত্তিক ১১ আৰু ১২ জুলাই দুদিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ সফলভাৱে সম্পন্ন হয়। এই দুদিনীয়া প্ৰশিক্ষণত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, জিলা প্ৰভাৰী শ্ৰী তপন গগৈ ডাঙৰীয়া, অবিচি ৰ্মচাৰ ৰাজ্যিক সভাপতি শ্ৰী সুভাষ দত্ত ডাঙৰীয়াৰ লগতে বহুকেইজন জ্যেষ্ঠ ব্যক্তিৰ উপস্থিতিত তথা মাৰ্গদৰ্শনে সকলো কাৰ্যকৰ্তাক অনুপ্ৰাণিত আৰু উৎসাহিত কৰি তোলে ।

ভাৰত মাতা বন্তি প্ৰজ্বলনেৰে উদ্ধোধনী সত্ৰৰ শুভাৰম্ভণি কৰি জিলা সভাপতিৰ আদৰণি ভাষণৰে আৰম্ভ কৰা মুঠ ১০টা সত্ৰত দলৰ বিচাৰ পৰিবাৰ ,একাত্মমানৱ দৰ্শন ,আদৰ্শ, বিজেপিৰ ইতিহাস আৰু বিকাশৰ যাত্ৰা, সংস্কৃতিক ৰাষ্ট্ৰবাদ, দেশে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানসমূহ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দুৰ্বল শ্ৰেণীৰ বাবে ৰূপায়ণ হৈ থকা আচঁনিৰ যোজনা সমূহ কাৰ্যকৰীকৰণত সংগঠনৰ দায়িত্ব আৰু ৰাষ্ট্ৰ নিৰ্মাণত কাৰ্যকৰ্তাৰ ভূমিকা, কাৰ্যকৰ্তাৰ বিকাশ তত্বাৱধান আৰু দায়িত্ববোধ, ব্যৱহাৰিক সত্ৰৰ ঘৰ ঘৰ সম্পৰ্কীয় ভূমিকা , আদি বিষয়ৰ ওপৰত বিস্তৃত আলোচনাৰে বিশিষ্ট ব্যক্তি সকলে বক্তব্যত আলোকপাত কৰে । ইয়াৰ উপৰিও, সময়ৰ লগত খাপ খুৱাই আগবাঢ়িবলৈ সামাজিক মাধ্যম (Social Media), কৃত্ৰিম বুদ্ধিমত্তা (AI) তথা আধুনিক প্ৰযুক্তিৰ ফলপ্ৰসূ ব্যৱহাৰৰ ওপৰতো বিশদ মাৰ্গদৰ্শন লাভ কৰাৰ সৌভাগ্য হলোঁ ।

এই প্ৰশিক্ষণে দলৰ আদৰ্শক অধিক গভীৰভাৱে উপলব্ধি কৰাৰ লগতে অধিক দক্ষতা, শৃংখলা আৰু আত্মবিশ্বাসেৰে সমাজ আৰু ৰাষ্ট্ৰসেৱাত আত্মনিয়োগ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰ্তাক নতুন শক্তি আৰু প্ৰেৰণা যোগাইছে।

এই প্ৰশিক্ষণে সবল আৰু সক্ষম কাৰ্যকৰ্তা নিৰ্মাণ কৰি
সংগঠন শক্তিশালী কৰাৰ জৰিয়তে ৰাষ্ট্ৰখনক অধিক সমৃদ্ধিশালী কৰি তুলিব বুলি আমি দৃঢ় বিশ্বাসী ।
"ভাৰত মাতা কি জয়।"
"বন্দে মাতৰম"
𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔
BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
BJP OBC Morcha Tinsukia-Assam
BJP OBC Morcha Tinsukia
Himanta Biswa Sarma
Dilip Saikia
Sarbananda Sonowal
Subhash Dutta
Kushakanta Borah
BJP Assam Pradesh
BJP OBC Morcha
Bjp Obc Morcha Assam Pradesh
𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔
BJP OBC Morcha Tinsukia

জ্ঞান, চৰিত্ৰ আৰু একতাক নীতিবাক্য হিচাপে লৈ ৰাষ্ট্ৰনিৰ্মাণ, সমাজসেৱা আৰু ছাত্ৰসমাজৰ সৰ্বাঙ্গীন বিকাশৰ মহান আদৰ্শৰে অগ্ৰস...
09/07/2026

জ্ঞান, চৰিত্ৰ আৰু একতাক নীতিবাক্য হিচাপে লৈ ৰাষ্ট্ৰনিৰ্মাণ, সমাজসেৱা আৰু ছাত্ৰসমাজৰ সৰ্বাঙ্গীন বিকাশৰ মহান আদৰ্শৰে অগ্ৰসৰ হোৱা ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)’ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস তথা ‘ৰাষ্ট্ৰীয় শিক্ষাৰ্থী দিৱস’ৰ পৱিত্ৰ ক্ষণত প্ৰতিগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তা, সমৰ্থক আৰু দেশৰ সকলো শিক্ষাৰ্থীক অবিচি মৰ্চা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰপৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।

"জ্ঞান, চৰিত্ৰ, একতা"ৰ আদৰ্শৰে উদ্বুদ্ধ হৈ এক শক্তিশালী, সজাগ আৰু সমৃদ্ধ ভাৰত গঢ়াৰ সংকল্প সদায় অটুট থাকক।

#ৰাষ্ট্ৰীয়_শিক্ষাৰ্থী_দিৱস

আজি ভাৰতীয় জনতা পাৰ্টি,তিনিচুকীয়াৰ বৰগুৰিস্থিত,  অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ নৱ নিয...
07/07/2026

আজি ভাৰতীয় জনতা পাৰ্টি,তিনিচুকীয়াৰ বৰগুৰিস্থিত, অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ নৱ নিযুক্ত প্ৰভাৰী শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়া আৰু সহ- প্ৰভাৰী শ্ৰীযুত অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়াক জিলা অবিচি মৰ্চা তৰফৰ পৰা উষ্ম আদৰণি জনাওঁ।
BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔
BJP OBC Morcha Tinsukia
BJP OBC Morcha Tinsukia-Assam

অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মর্চা মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ নৱনিযুক্ত সভাপতি শ্রী অনিল মাউত ডাঙৰীয়াক তিনিচুকীয়া জিলা অন...
06/07/2026

অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মর্চা মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ নৱনিযুক্ত সভাপতি শ্রী অনিল মাউত ডাঙৰীয়াক তিনিচুকীয়া জিলা অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মৰ্চাৰ তৰফৰ পৰা
আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।
BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔
BJP OBC Morcha Tinsukia
Dilip Saikia
Subhash Dutta
Bhaskar Sharma ভাস্কৰ শৰ্মা
Bolin Hatiboruah
Dharani Gohain Matak
Digombar Neog

ভাৰতীয় জনতা পার্টি, অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মর্চা অসম প্রদেশৰ সন্মানীয় সভাপতি শ্রীযুত সুভাষ দত্ত ডাঙৰীয়াৰ পৰামৰ...
06/07/2026

ভাৰতীয় জনতা পার্টি, অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মর্চা অসম প্রদেশৰ সন্মানীয় সভাপতি শ্রীযুত সুভাষ দত্ত ডাঙৰীয়াৰ পৰামৰ্শ মর্মে ও সন্মানীয় তিনিচুকীয়া জিলা ভাৰতীয় জনতা পার্টিৰ সভাপতি শ্রীযুত কুশকান্ত বড়া ডাঙৰীয়াৰ নিৰ্দেশ মর্মে অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মর্চা তিনিচুকীয়া জিলা সমিতিৰ সন্মানীয় সভাপতি বলিন হাতীবৰুৱা দেৱে মাৰ্ঘেৰিটা সদৰ মণ্ডল অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মৰ্চাৰ সভাপতি শ্রীযুত বিপ্লব নেওঁগক অব্যাহতি দি তৎক্ষণিক ভাৱে কার্যকৰী হোৱাকৈ শ্রীযুত অনিল মাউতক মাৰ্ঘেৰিটা সদৰ মণ্ডলৰ সভাপতি হিচাপে নিযুক্তি প্রদান কৰিছে।

শ্রীযুত অনিল মাউত ডাঙৰীয়াক তিনিচুকীয়া জিলা অন্যান্য পিছপৰা শ্ৰেণী (অ.বি.চি) মর্চা তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ।
BJP Assam Pradesh
𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔
Bjp Obc Morcha Assam Pradesh
BJP OBC Morcha Tinsukia
Dilip Saikia
Subhash Dutta
Bhaskar Sharma ভাস্কৰ শৰ্মা
Naba Moran
Bolin Hatiboruah
Digombar Neog
Dharani Gohain Matak

ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ অন্যতম বলিষ্ঠ প্ৰবক্তা, মহান শিক্ষাবিদ তথা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামাপ্ৰসাদ মুখাৰ্জীদ...
06/07/2026

ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ অন্যতম বলিষ্ঠ প্ৰবক্তা, মহান শিক্ষাবিদ তথা ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামাপ্ৰসাদ মুখাৰ্জীদেৱে একতা, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ বাবে কৰি যোৱা ত্যাগ আৰু আত্মবলিদানৰ কাহিনী ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। আজি পৱিত্ৰ পুণ্যতিথিত মহান চিন্তাবিদগৰাকীক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।
BJP OBC Morcha Tinsukia
#জনসংঘ
BJP Assam Pradesh
𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔

ভাৰতীয় জনতা পাৰ্টি, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা, অসম প্ৰদেশৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰা মাননীয় প্ৰাক্তন মন্ত্...
05/07/2026

ভাৰতীয় জনতা পাৰ্টি, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা, অসম প্ৰদেশৰ তত্ত্বাৱধায়ক হিচাপে নিযুক্তি লাভ কৰা মাননীয় প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰী যোগেন মহন ডাঙৰীয়ালৈ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা, তিনিচুকীয়া তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ।

আপোনাৰ দীৰ্ঘদিনীয়া সাংগঠনিক অভিজ্ঞতা, দূৰদৰ্শী নেতৃত্ব আৰু নিষ্ঠাপূৰ্ণ সেৱাই অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাক গতি আৰু শক্তিৰে সমৃদ্ধ কৰিব বুলি আমি আশাবাদী।
Himanta Biswa Sarma
Dilip Saikia

Subhash Dutta
BJP Assam Pradesh
Bjp Obc Morcha Assam Pradesh
𝗕𝗝𝗣 𝗧𝗜𝗡𝗦𝗨𝗞𝗜𝗔
BJP OBC Morcha Tinsukia-Assam
BJP OBC Morcha Tinsukia

Address

Sadiya , Chapakhowa
Tinsukia
786158

Website

Alerts

Be the first to know and let us send you an email when BJP OBC Morcha Tinsukia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category